పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কদৰ అనే పదం యొక్క అర్థం.

কদৰ   বিশেষ্য

అర్థం : কাৰোবাক উদ্দেশ্যি কোনো কথা কওঁতে বা কোনো কাম কৰোতে তেওঁ সন্তোষিত বা সন্মানিত হোৱা অৱস্থা

ఉదాహరణ : মাক-দেউতাকক সন্মান কৰিব লাগে স্থান হেৰালে মান হেৰায়

పర్యాయపదాలు : আদৰ, ইজ্জত, মর্যাদা, মান, সন্মান, সমাদৰ, সম্ভ্রম

అర్థం : প্রতিষ্ঠিত হোৱাৰ ভাব বা অৱস্থা:তেওঁৰ ্ সমাজত বৰ মান আছে এই নির্বাচনত মই যিকোনো প্রকাৰে জিকিবই লাগিব কিয়নো ইয়াত মোৰ মান-সন্মানৰ প্রশ্ন জড়িত হৈ আছে

ఉదాహరణ :

పర్యాయపదాలు : আদৰ, ইজ্জত, মর্যাত, মর্যাদা, মান, মান-মর্যাদা, মান-সন্মান, মান-সম্ভ্রম, সন্মান, সমাদৰ, সম্ভ্রম