పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কথা అనే పదం యొక్క అర్థం.

কথা   বিশেষ্য

అర్థం : মনে গঢ়া বা কোনো বাস্তৱিক ঘটনাৰ ওপৰত আধাৰিত এক শ্রুতিমধুৰ বিৱৰণ:মুন্সী ্ প্রেমচাঁদৰ কাহিনীয়ে গ্রাম্য পৰিৱেশৰ সুন্দৰ চিত্র দাঙি ধৰে

ఉదాహరణ :

పర్యాయపదాలు : কাহিনী, কাহিনী-কথা

అర్థం : কোনো বিশেষ অৱস্থাত বস্তুতঃ হোৱা কোনো কথা

ఉదాహరణ : মই মোৰ সৰু কালৰ ঘটনাবোৰ কোনো কাৰণতে পাহৰিব নোৱাৰোঁ

పర్యాయపదాలు : ঘটনা

అర్థం : কাৰোবাৰ আগত দৃঢ়তা বা প্রতিজ্ঞাপূর্বক্্ভাৱে আমি অমুক কাম নিশ্চয় কৰিম বা কেতিয়াও নকৰোঁ বুলি কোৱা কার্য

ఉదాహరణ : আধুনিক যুগত বহুত কম লোকেই নিজৰ কথা ৰাখিব পাৰে

పర్యాయపదాలు : জবান, বচন

అర్థం : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ

ఉదాహరణ : আনৰ ভাল লগা কথাহে কোৱা উচিত

పర్యాయపదాలు : বচন, বাণী

అర్థం : কিবা কোৱা কার্য

ఉదాహరణ : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল

పర్యాయపదాలు : কথন, বচন, বাক, বাচ্য

అర్థం : গোৱা কার্য ্বা ভাব

ఉదాహరణ : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম

పర్యాయపదాలు : গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, পদ, বোল, সংগীত, সঙ্গীত