అర్థం : যিজন মানুহৰ এটা চকু বেয়া
ఉదాహరణ :
দোকানখনত দুজন কণা মানুহে পৰস্পৰৰ মাজত কাজিয়া কৰি আছিল
అర్థం : অত্যন্ত সৰু অংশ বা টুকুৰা
ఉదాహరణ :
ভগৱান প্রতিটো অণু-পৰমাণুতে ব্যাপি আছে
పర్యాయపదాలు : অণু, অণু-পৰমাণু, কণ