అర్థం : কঠিন হোৱা অৱস্থা বা ভাব
ఉదాహరణ :
সাহসী লোকৰ জীৱনত কঠিনতা অহাৰ পিছতো অলপো বিচলিত নহয়
పర్యాయపదాలు : দুৰূহতা
అర్థం : কোনো কাম কৰোতে বাধা পোৱা স্থিতি
ఉదాహరణ :
এনেকুৱা পৰিস্থিতিত কাম কৰিবলৈ মই অসুবিধা পাওঁ
పర్యాయపదాలు : অসুবিধা, কষ্টসাধ্যতা, দুৰূহতা
అర్థం : কঠোৰ হোৱা অৱস্থা বা ভাব
ఉదాహరణ :
শুকান মাটিৰ কঠিনতা আঁত্্ৰাবৰ কাৰণে তাত পানী দিয়া