అర్థం : কাজল বা কুলি চৰাইৰ দৰে ৰং
ఉదాహరణ :
ইমানখিনি শুনিয়েই সোহনৰ মুখ কʼলা পৰি গʼল
పర్యాయపదాలు : এঙাৰ বৰণীয়া, কʼলা বৰণীয়া, কʼলা ৰং, কʼলী, কৃষ্ণ, কৃষ্ণবর্ণ, শ্যাম, শ্যামবর্ণ, ্এঙাৰ বৰণীয়া
అర్థం : যিজন বগা বা শ্বেত বর্ণৰ নহয়
ఉదాహరణ :
ইংৰাজসকলে কʼলা মানুহৰ ওপৰত নি্র্মম অত্যাচাৰ কৰিছিল
పర్యాయపదాలు : কৃষ্ণাঙ্গ