అర్థం : যিজনে উপন্যাস লিখে
ఉదాహరణ :
মুন্সী প্রেমচান্দ সফল ঔপন্যাসিকসকলৰ অগ্রণী আছিল
పర్యాయపదాలు : উপন্যাস-লেখক, উপন্যাসকাৰ
అర్థం : উপন্যাস বিষয়ক
ఉదాహరణ :
এই লেখকৰ ঔপন্যাসিক বিষয়বস্তু ৰুচিপূর্ণ
అర్థం : উপন্যাসত বর্ণ্্না কৰাৰ যোগ্য
ఉదాహరణ :
উপন্যাসকাৰে এটা ঔপন্যাসিক ঘটনাৰ সন্ধানত আছে