అర్థం : কোনো কিতাপ আদি ছপা কৰি অনা
ఉదాహరణ :
তেওঁৰ কবিতাৰ আৰু এটা নতুন সংস্কৰণ ওলাইছে
పర్యాయపదాలు : প্রকাশিত হোৱা
అర్థం : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য
ఉదాహరణ :
তেওঁ কংগ্রেছৰ পৰা ওলাল
పర్యాయపదాలు : পৃথক হোৱা
అర్థం : ওচৰৰ পৰা গৈ থকা বা হাতত নথকা
ఉదాహరణ :
বদ অভ্যাসৰ কাৰণে তেওঁৰ ্চাকৰিটো গুচি গʼল
పర్యాయపదాలు : গুচি যোৱা
అర్థం : ফোঁহাৰ ৰূপত শৰীৰত উৎপন্ন হোৱা
ఉదాహరణ :
গৰমৰ দিনত শুভমৰ শৰীৰত ্ফোঁহা ওলায়
అర్థం : হিচাপ হোৱাৰ পিছত কিছুমান ধন কাৰোবৰ জিম্মাত থাকি যোৱা
ఉదాహరణ :
আপোনাৰ পৰা মোৰ পাঁচ টকা ওলায়
అర్థం : প্রচলিত হোৱা
ఉదాహరణ :
ইয়াত সদায় নতু নতুন ফেশ্বনৰ কাপোৰ ওলায়
అర్థం : অনায়াসে উচ্চাৰিত হোৱা
ఉదాహరణ :
গুলী লগাৰ লগে লগে গান্ধীজীৰ মুখৰ পৰা হেʼ ৰাম ওলাল
అర్థం : অন্য কোনোফালে বাঢ়ি থকা
ఉదాహరణ :
এই মেজখনৰ কোণাটো অলপ ওলাইছে
అర్థం : নিজৰ উৎপত্তি স্থলৰ পৰা প্রকট হোৱা
ఉదాహరణ :
গংগা গংগোত্রীৰ পৰা ওলাইছে
పర్యాయపదాలు : নি্র্গত ্হোৱা