అర్థం : নিজৰ লগত নৰখা অথবা অন্য কোনো ঠাইত ৰখা বা থৈ অহা
ఉదాహరణ :
তেওঁ ্মোক মেলাতে এৰিলে
పర్యాయపదాలు : এৰা
అర్థం : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য
ఉదాహరణ :
ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল
పర్యాయపదాలు : আঁতৰি যোৱা, এৰা, ত্যাগ কৰা