పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి এৰাই যোৱা అనే పదం యొక్క అర్థం.

এৰাই যোৱা   ক্ৰিয়া

అర్థం : অংকন কৰা কোনো চিহ্ন আদি নথকা

ఉదాహరణ : চার্ফত ্কাপোৰ ধুলে কাপোৰৰ দাগ, চেকা আদি গুচে

పర్యాయపదాలు : আঁত্্ৰা, গুচা

అర్థం : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য

ఉదాహరణ : মাছবোৰ জালৰ পৰা এৰাই গʼল

పర్యాయపదాలు : উন্মুক্ত হোৱা, বন্ধন মুক্ত হোৱা, মুক্ত হোৱা, সুলকি যোৱা

అర్థం : মিলি বা লাগি বা যুক্ত হৈ থকা বস্তু আদি বেলেগ হোৱা

ఉదాహరణ : কামিজৰ বুটামটো এৰাই গʼল কিতাপৰ পাতবোৰ এৰাবলৈ ধৰিছে জেকি যোৱা বাবে বেৰৰ চিমেন্টবোৰ এৰি গৈছে

పర్యాయపదాలు : এৰি যোৱা, ওলাই যোৱা, পৃথক হোৱা

అర్థం : কটা বা কোনো মূলবস্তুৰ পৰা আঁতৰি যোৱা কার্য

ఉదాహరణ : বৰষুণৰ আগেয়ে গছ-গছনি ছিঙি গৈছিল

పర్యాయపదాలు : ছিঙা, ছিন্ন হোৱা