పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి একক అనే పదం యొక్క అర్థం.

একক   বিশেষ্য

అర్థం : কোনো বস্তু জোখমাপ কৰিবৰ কাৰণে মাত্রা বা মান হিচাপে লোৱা মান বিশেষ

ఉదాహరణ : তাপমানৰ একক ডিগ্রী চেণ্টিগ্রেড

పర్యాయపదాలు : ইউনিট, মান

అర్థం : সংখ্যা লিখাৰ ক্রমত সেই অন্তিম স্থান যʼত ন বা তাতকৈ কম সূচক অংক লিখা হয়

ఉదాహరణ : সাতশ তেইশ (৭২৩)-ক তিনিটা একক স্থানত লিখা হয়

పర్యాయపదాలు : একক স্থান

అర్థం : গণনা বা সংখ্যাত এক হোৱাৰ অৱস্থা বা ভাৱ

ఉదాహరణ : বাৰত দুটা একক আৰু এটা দহক থাকে

అర్థం : কোনো প্রকাৰৰ স্বতন্ত্র বর্গ ্বা সমূহৰ এনেকুৱা এক অংগ বা ভাগ যাক পৃথক ভাৱে বিশ্লেষণ কৰিব পৰা যায়

ఉదాహరణ : আমাৰ সমাজখন বহুতো সৰু-বৰ নৃগোষ্ঠীয় এককেৰে গঠিত

একক   বিশেষণ

అర్థం : কেৱল এটাৰ সৈতে সম্বন্ধ ৰাখোঁতাজন বা যʼত কেৱল এজনেই থাকে

ఉదాహరణ : এইটো একক প্রণালী