సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ইংৰাজী মাহৰ পহিলা দিনৰ তাৰিখ
ఉదాహరణ : ৰহিম এক তাৰিখে আহিব
పర్యాయపదాలు : এক তাৰিখ, পহিলা তাৰিখ
అర్థం : সংখ্যাত এটাৰ পিৰমাণৰ বস্তু বা ব্যক্তি
ఉదాహరణ : তেওঁলোকৰ মাজৰ পৰা যিকোনো এজনক মাতা
అర్థం : গণনাৰ প্রথম সংখ্যা:এক আৰু এক যোগ কৰিলে দুই হয়
ఉదాహరణ :
పర్యాయపదాలు : ১
ఆప్ స్థాపించండి