సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিজনে ধাৰ ঋণ লৈছে
ఉదాహరణ : পুৰণি ঋণীসকলক বেংকে সোনকালে ঋণ জমা কৰিবলৈ কৈছে
పర్యాయపదాలు : ঋণকর্তা, ধৰুৱা
అర్థం : যিজনৰ কাৰোবাক কিবা দিবলৈ বাকী ৰৈ গৈছে
ఉదాహరణ : তেওঁ ্মোৰ ওচৰত ঋণী কিয়নো তেওঁৰ ্পৰা এতিয়াও এশ টকা পাবলৈ বাকী আছে
పర్యాయపదాలు : ধৰুৱা
అర్థం : যিজনে ঋণ লৈছে
ఉదాహరణ : বেংকে ঋণী সদস্যসকলক অনতিপলমে ঋণ জমা দিয়াৰ বাবে জাননী প্রেৰণ কৰিছে
పర్యాయపదాలు : ঋণগ্রস্ত, ধৰুৱা
ఆప్ స్థాపించండి