సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : অকপট হোৱা অৱস্থা বা ভাব
ఉదాహరణ : সৰলতা মানুহৰ ভাল চৰিত্রৰ এটা লক্ষণ
పర్యాయపదాలు : কপটহীনতা, সৰলতা
అర్థం : সামান্য বা সাধাৰণ হোৱাৰ ভাব বা অৱস্থা
ఉదాహరణ : চাৰিত্রিক সৰলতা ডাঙৰ-ডাঙৰ বিদ্বানৰ এক গুণ
పర్యాయపదాలు : অমায়িকতা, সহজতা, সামান্যতা, সৰলতা
అర్థం : সজ্জন হোৱা ভাব
ఉదాహరణ : ভদ্রতা এটি বহুত ডাঙৰ গুণ
పర్యాయపదాలు : ভদ্রতা, সজ্জনতা, সাধুতা, সৌহার্দ্যতা
అర్థం : সহজ হোৱা অৱস্থা বা ভাব
ఉదాహరణ : মোৰ কাৰণে যি কাম কঠিন আছিল অৰুণাই তাক সহজতে কৰি দিলে
పర్యాయపదాలు : সহজ, সহজতা, সৰলতা
ఆప్ స్థాపించండి