అర్థం : বতাহত উৰিবলে প্রবৃত্ত কৰা বা এনে কিবা কৰা যাৰ দ্বাৰা বতাহত উৰে
ఉదాహరణ :
প্রধান আচার্যই ্পতাকা উৰাই আছে
అర్థం : আনৰ হতুৱাই উৰা
ఉదాహరణ :
গোমধান খায় থকা চৰাইবোৰক খেতিয়কজনে লʼৰাটোৰ হতুৱাই উৰুৱালে
అర్థం : বতাহত ওপৰলৈ উঠা
ఉదాహరణ :
লʼৰা-ছোৱালীবোৰে চাদৰ ওপৰত চিলা উৰুৱাইছে