సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : বতাহত ওপৰলৈ উঠি যোৱা বা বিয়পি যোৱা
ఉదాహరణ : আকাশত ৰং-বিৰঙৰ চিলা উৰি আছে
పర్యాయపదాలు : উৰা
అర్థం : আকাশ মার্গেৰে বা বতাহেদি এঠাইৰ পৰা আন এঠাইলৈ যোৱা:উৰাজাহাজখন সাগৰৰ ওপৰেৰে উৰি আছিল
ఉదాహరణ :
అర్థం : বতাহত উৰা
ఉదాహరణ : বিদ্যালয় প্রাংগণত জাতীয় পতাকা উৰি আছিল
అర్థం : যি উৰি আছে
ఉదాహరణ : উৰি থকা চৰাইটো চিকাৰীৰ তীৰত ঘায়ল হৈ মাটিত সৰি পৰিল
పర్యాయపదాలు : উড়ন্ত, উড্ডীন, উড্ডীয়মান
ఆప్ స్థాపించండి