పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి উৰা అనే పదం యొక్క అర్థం.

উৰা   ক্ৰিয়া

అర్థం : বতাহত ওপৰলৈ উঠি যোৱা বা বিয়পি যোৱা

ఉదాహరణ : আকাশত ৰং-বিৰঙৰ চিলা উৰি আছে

పర్యాయపదాలు : উৰি থকা

అర్థం : আকাশ মার্গেৰে বা বতাহেদি এঠাইৰ পৰা আন এঠাইলৈ যোৱা:উৰাজাহাজখন সাগৰৰ ওপৰেৰে উৰি আছিল

ఉదాహరణ :

పర్యాయపదాలు : উৰি থকা

అర్థం : স্থলত চলাচল কৰা বস্তুৰ অতি বেগেৰে চলোৱা কার্য

ఉదాహరణ : চাবুকৰ কোব খোৱাৰ লগে লগেই ঘোঁৰাটো উৰিল

అర్థం : কোনো বস্তু আদি নির্দিষ্ট ঠাইৰ পৰা আঁতৰ হোৱা

ఉదాహరణ : মেজত থোৱা কিতাপখন কʼত হেৰাল

పర్యాయపదాలు : হেৰোৱা

అర్థం : ৰং , চমক আদি শেতা পৰি যোৱা এক অৱস্থা

ఉదాహరణ : এবাৰ ধোৱনতে কাপোৰৰ ৰং উৰি যায়

పర్యాయపదాలు : উৰি যোৱা

అర్థం : বতাহত ইফাল-সিফাল হৈ পৰা

ఉదాహరణ : ধুমুহা অহাৰ কাৰণে শস্যৰ ভঁ্ৰালত ৰখা ভুচিখিনি উৰিল

పర్యాయపదాలు : উৰি যোৱা

అర్థం : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে

ఉదాహరణ :

పర్యాయపదాలు : পিন্ধা, পৰিধান কৰা, লোৱা

అర్థం : বতাহত উৰা

ఉదాహరణ : বিদ্যালয় প্রাংগণত জাতীয় পতাকা উৰি আছিল

పర్యాయపదాలు : উৰি থকা