అర్థం : বর্ত্্মানেও বিতং সম্ভেদ লাভ কৰিবলৈ সক্ষম নোহোৱা কেতিয়াবা-কেতিয়াবা আকাশত উৰি থকা দেখা পোৱা এক বস্তু
ఉదాహరణ :
সময়ে সময়ে বিশ্বৰ বিভিন্ন ঠাইত উৰন্ত চাকি দেখিবলৈ পোৱা যায়
అర్థం : আকাশত উৰি থকা বুলি বিশ্বাস কৰা এক প্রকাৰৰ অজ্ঞাত জ্যোতি্র্ময় পিণ্ড
ఉదాహరణ :
বৈজ্ঞানিকৰ কাৰণে উৰন্ত চাকি আজিও ৰহস্যময় হৈ আছে
పర్యాయపదాలు : উৰণীয়া চাকি