సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব
ఉదాహరణ : উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই
పర్యాయపదాలు : উগুল-থুগুল, উচপিচ, উচপিচনি, উদ্বগ্নতা, বিহ্বলতা
అర్థం : আতুৰ হোৱা অৱস্থা
ఉదాహరణ : দুবছৰ ধৰি ঘৰৰ পৰা আঁতৰি থকাৰ কাৰণে তেওঁৰ ্উৎকণ্ঠা বাঢ়ি গৈ আছে
పర్యాయపదాలు : অধীৰতা, আতুৰতা, কাতৰতা, ব্যগ্রতা
అర్థం : কোনো কথা জানিবলৈ বৰ ইচ্ছা কৰা
ఉదాహరణ : শিশুৰ মনত সকলো বস্তুৰ প্রতি কৌতূহল জন্মে
పర్యాయపదాలు : উৎসুকতা, কৌতূহল, জিজ্ঞাসা
ఆప్ స్థాపించండి