పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి উলিওৱা అనే పదం యొక్క అర్థం.

উলিওৱা   ক্ৰিয়া

అర్థం : মিলি থকা বা কʼৰবাত লাগি থকা বস্তু পৃথক কৰা

ఉదాహరణ : তেওঁ ্মৌচাকৰ পৰা মৌজোল উলিয়াই আছে

అర్థం : কোনো বাচন আদিৰ ভিতৰৰ পৰা কোনো বস্তু আদি বাহিৰলৈ অনা

ఉదాహరణ : মনীশে বতুৱাৰ পৰা ভাত বাঢ়িছে

పర్యాయపదాలు : কঢ়া, বঢ়া

అర్థం : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা

ఉదాహరణ : কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে

పర్యాయపదాలు : আঁতৰোৱা, আঁ্তৰাই দিয়া, উলিয়াই দিয়া

అర్థం : কথা আদিৰ আৰম্ভ কৰা

ఉదాహరణ : কথাই কথাই তেওঁ মনোজৰ বিয়াৰ কথা উলিয়ালে

పర్యాయపదాలు : আৰম্ভ কৰা

అర్థం : স্থান, স্বামিত্ব, অধিকাৰ,পদ আদিৰ পৰা পৃথক কৰা

ఉదాహరణ : মালিকে ৰহমানক চাকৰিৰ পৰা উলিয়াই দিলে

పర్యాయపదాలు : বাহিৰ কৰা

అర్థం : জাৰি কৰা বা উপল্্ব্ধ কৰা কার্য

ఉదాహరణ : চৰকাৰে নতুন ডাক টিকট উলিয়ালে

అర్థం : ভিতৰত সোমোই থকা কোনো বস্তু বাহিৰ কৰা কার্য

ఉదాహరణ : নাপিতজনে ভৰিৰ ্কাঁইটডাল উলিয়ালে

అర్థం : লৈ যোৱা

ఉదాహరణ : বৰদেউতাই নিজৰ একমাত্র পুত্রৰ বিয়া বৰ উলহ মালহেৰে উলিয়ালে

అర్థం : কোনো নতুন বস্তু তৈয়াৰ কৰা বা নতুন কথা বিচাৰি উলিওৱা

ఉదాహరణ : টাটাই গাড়ীৰ চাৰিটা মডেল উলিয়াইছে

పర్యాయపదాలు : আৱিষ্কৃত কৰা

అర్థం : কোনো বস্তুৰ মাজত পৰা বা সোমাই থকা বস্তু বাহিৰ কৰা

ఉదాహరణ : তেওঁ ্গাখীৰত পৰি থকা মাখিটো উলিয়ালে

అర్థం : বাহিৰ কৰা

ఉదాహరణ : তেওঁ নিজৰ মদাহী ভায়েকক ঘৰৰ পৰা উলিয়ালে

అర్థం : বিচাৰি সন্মুখত ৰখা কার্য

ఉదాహరణ : পুলিচে চোৰটোৰ ঘৰৰপৰা চুৰি মালবস্তুবোৰ উলিয়ালে

పర్యాయపదాలు : হস্তগত কৰা

అర్థం : অপ্রকাশিত বা অজ্ঞাত বস্তু অথবা বিষয়ৰ সন্ধান লাভ বা প্রকাশ

ఉదాహరణ : এডিচনে বিজুনী চাকি আৱিষ্কাৰ কৰিছিল

పర్యాయపదాలు : আৱিষ্কাৰ কৰা