సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিজন ব্যক্তিৰ উপেক্ষা কৰা হৈছে
ఉదాహరణ : তেওঁ আজীৱন দুখীয়া তথা উপেক্ষিতৰ সেৱা নিয়োজিত হৈ আছে
అర్థం : যাৰ ওপৰত ধ্যান দিয়া হোৱা নাই
ఉదాహరణ : এই গাঁওখন আজিও চৰকাৰৰ দ্বাৰা উপেক্ষিত
పర్యాయపదాలు : অনাদৃত, অৱহেলিত, হেয়
అర్థం : যিটো উপেক্ষা কৰিবৰ যোগ্য
ఉదాహరణ : প্রভুৰ নির্মিত কোনো বস্তুৱেই উপেক্ষণীয় নহয়
పర్యాయపదాలు : অনাদৃত, অনাদৰণীয়, অৱজ্ঞাত, অৱজ্ঞাপ্রসূত, অৱজ্ঞেয়, অৱহেলনীয়, উপেক্ষণীয়
అర్థం : যাক অপমান কৰা হৈছে
ఉదాహరణ : অশোকে মদৰ নিচাত নিজৰ বাপেককে অপমানিত কৰিলে
పర్యాయపదాలు : অনাদৃত, অপমানিত, অৱহেলিত, নাকাল, লাঞ্ছিত
అర్థం : যাক তিৰস্কাৰ কৰা হৈছে
ఉదాహరణ : তিৰস্কৃত লʼৰা-ছোৱালীয়ে হীনমন্যতাত ভোগে
పర్యాయపదాలు : অনাদৃত, তিৰস্কৃত
ఆప్ స్థాపించండి