సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : লক্ষ্যত উপনীত হʼবলৈ কৰা কাম বা চেষ্টা
ఉదాహరణ : এই কামটো সহজতে হʼবৰ বাবে কিবা এটা উপায় কওক
పర్యాయపదాలు : পথ, পন্থা, মার্গ, ্সাধন
అర్థం : সন্মুখলৈ অহা দুটাতকৈ অধিক এনেকুৱা কথা বা কাম যাৰ ভিতৰত যিকোনো এটাকহে নিজৰ কাৰণে গ্রহণ কৰা হয়
ఉదాహరణ : ৰোগীজনক বেলেগ হস্পিতেললৈ নিয়াৰ বাহিৰে কোনো উপায় নাছিল
పర్యాయపదాలు : বিপল্প
అర్థం : কোনো কামত আহুকাল বা জটিলতা নথকা যি অৱস্থা:মণ্ডপৰ চকীবোৰ অতিথিৰ সুবিধা হোৱাকৈ সজাই থৈছে
ఉదాహరణ :
పర్యాయపదాలు : চল, দাও, বাট, সুচল, সুবিধা, সুযোগ, সুযোগ-সুবিধা
ఆప్ స్థాపించండి