పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి উপসংহাৰ అనే పదం యొక్క అర్థం.

উপসংহাৰ   বিশেষ্য

అర్థం : সমাপ্ত হোৱাৰ ভাব বা কার্য

ఉదాహరణ : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল

పర్యాయపదాలు : অন্ত, অৱধি, অৱসান, ইতি, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং

అర్థం : কোনো কিতাপৰ অন্তিম অধ্যায় যʼত তাৰ উদ্দেশ্য সংক্ষেপে বর্ণ্্না কৰা থাকে

ఉదాహరణ : মই উপসংহাৰ পঢ়িয়েই বুজি পাওঁ সেইখন কেনেধৰণৰ উপন্যাস হʼব

అర్థం : কোনো ঘটনা আদিৰ সম্পাদন হোৱা বা অন্তিম অংশ

ఉదాహరణ : এই কিতাপখনৰ উপসংহাৰ পঢ়াৰ পিছতহে আপুনি কোনো সিদ্ধান্তত উপনীত হʼব পাৰিব

పర్యాయపదాలు : অন্ত, ইতি, শেষ, সমাপ্তি