అర్థం : ব্যৱহাৰ বা প্রয়োজনত অহা ভাব বা অৱস্থা
ఉదాహరణ :
জনতাৰ উপযোগিতাৰ প্রতি লক্ষ্য ৰাখি সুলভ শৌচালয়ৰ ব্যৱস্থা কৰা হৈছে
అర్థం : কোনো বস্তুৰ মহত্ত্ব বা মানদণ্ডৰ বিচাৰ কৰা গুণ বিশেষ
ఉదాహరణ :
সময়ৰ উপযোগিতাক বুজি নোপোৱাজনে পিছত পস্তাবলগীয়া হয়
అర్థం : কামত অহা বা লগা যোগ্যতা
ఉదాహరణ :
বস্তুৰ উপযোগিতা অনুযায়ীহে আমি ইয়াৰ চয়ন কৰোঁ