పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి উপমা అనే పదం యొక్క అర్థం.

উপমা   বিশেষ্য

అర్థం : দুটা বস্তুৰ মাজত প্রভেদ থকাৰ পিছতো সমান বুলি দর্শোৱা সাহিত্যৰ এবিধ অলংকাৰ

ఉదాహరణ : চন্দ্রৰ নিচিনা মুখ-ত উপমা অলংকাৰ আছে

పర్యాయపదాలు : উপমা অলংকাৰ, উপমালংকাৰ

అర్థం : প্রমাণ বা সাক্ষীহিচাপে লোৱা লেখা আদিৰ কোনো অংশ

ఉదాహరణ : এই উদাহৰণটো ৰামচৰিত মানসৰ পৰা লোৱা হৈছে

పర్యాయపదాలు : উদাহৰণ, দৃষ্টান্ত

అర్థం : কোনো বস্তুৰ গুণ, মান আদিৰ ওপৰত নির্ভৰ কৰি এটাতকৈ আনটো কম-বেছি বা ভাল-বেয়া বিচাৰ কৰা:ৰামৰ তুলনাত শ্যাম বেছি চতুৰ

ఉదాహరణ :

పర్యాయపదాలు : তুলনা, তুল্যতা, পাটন, ৰিজনি

అర్థం : কোনো বস্তু, কাম বা গুণৰ আন বস্তু, কাম বা গুণৰ সৈতে একে বুলি কোৱা কার্য

ఉదాహరణ : ধুনীয়া মহিলাক চন্দ্রৰ উপমা দিয়া হয়