సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কামত অহা বা লগা কার্য
ఉదాహరణ : আমাৰ দেশত চাউলৰ প্রয়োগ বেছিকৈ হয়
పర్యాయపదాలు : প্রয়োগ, ব্যৱহাৰ
అర్థం : কোনো বস্তুৰ ব্যৱহাৰ কৰি সুখ বা মজা লোৱা কার্য
ఉదాహరణ : এই কার্যালয়টোৰ সকলো বিষয়ববীয়াই কার্যালয়ৰ বস্তুবোৰৰ খুউব উপভোগ কৰে
పర్యాయపదాలు : ভোগ
అర్థం : সুবিধা ভোগ কৰা কার্য
ఉదాహరణ : সামন্ত যুগত বেছিভাগ ধনৱান লোকে ভোগ-বিলাসতে নিজৰ জীৱন অতিবাহিত কৰিছিল
పర్యాయపదాలు : ভোগ-বিলাস, সম্ভোগ, সুখ-ভোগ
ఆప్ స్థాపించండి