పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి উপনিৱেশ అనే పదం యొక్క అర్థం.

উপনিৱেশ   বিশেষ্য

అర్థం : অন্য ঠাইৰ পৰা অহা মানুহৰ বসতিস্থল

ఉదాహరణ : পোন-প্রথমে ইংৰাজসকলে ভাৰতৰ অনেক ঠাইত নিজৰ উপনিৱেশ স্থাপন কৰিছিল

పర్యాయపదాలు : কলনি

అర్థం : স্থানীয় খিলঞ্জীয়া অধিবাসী বা জীৱৰ উপৰি বহিৰাগত নৰগোষ্ঠী, জীৱগোষ্ঠী বা বীজাণু আদিয়ে বাস কৰিব লোৱা কোনো ক্ষেত্র বা তেনে গোষ্ঠী

ఉదాహరణ : বাৰিষাৰ সময়ত ঠায়ে-ঠায়ে একত্রিত হোৱা পানীতে বীজাণু, মহ-মাখি আদিয়ে পতা উপনিৱেশ, বেমাৰৰ কাৰণ হৈ পৰে

పర్యాయపదాలు : উপনিবেশ, নিবহ

అర్థం : এখন ঠাইৰ পৰা গৈ অন্য এখন ঠাইত বসবাস কৰা কার্য

ఉదాహరణ : ইংৰাজসকলে ভাৰতত উপনিৱেশ সেই সময়ত স্থাপন কৰিছিল যি সময়ত ভাৰতবর্ষ সৰু সৰু ৰাজ্যত বিভক্ত হৈ আছিল