సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : হিত কথা বা কাম কৰিবলৈ কোৱা কার্য
ఉదాహరణ : গীতাত ভগৱান কৃষ্ণই দিয়া উপদেশ সমগ্র মানৱ সমাজৰ কাৰণে মঙ্গলজনক
పర్యాయపదాలు : শিক্ষা
అర్థం : শিকোৱা বা শিকা কোনো হিতকাৰী কথা
ఉదాహరణ : সদায় সত্যৰেই যে জয় হয় এই শিক্ষা আমাৰ মহাকাব্যবোৰৰ পৰা পোৱা যায়
పర్యాయపదాలు : জ্ঞান, বুজনি, শিকনি, শিক্ষা
ఆప్ స్థాపించండి