సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : উদ্যম বা উদ্যোগ কৰোতা ব্যক্তি
ఉదాహరణ : ধীৰুভাই আম্বানি এজন প্রসিদ্ধ উদ্যোগী আছিল
పర్యాయపదాలు : উদ্যমী
అర్థం : প্রয়াস বা উদ্যম থকা ব্যক্তি
ఉదాహరణ : প্রকৃত উদ্যমীৰ কাৰণে একোৱেই অসম্ভৱ নহয়
అర్థం : কোনো কামত উদ্যম লৈ লাগি থকা
ఉదాహరణ : মোৰ মা এগৰাকী উদ্যোগী মহিলা
పర్యాయపదాలు : উদ্যমী, কাজী
అర్థం : প্রয়াস বা চেষ্টা কৰোঁতাজন
ఉదాహరణ : উদ্যমী লোকৰ কাৰণে একোৱেই অসম্ভৱ নহয়
పర్యాయపదాలు : উদ্যমী, চেষ্টাশীল, প্রয়াসশীল
ఆప్ స్థాపించండి