సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : প্রাকৃতিক ৰূপত ৰাজহুৱা সম্পত্তি হিচাপে সুৰক্ষিত ৰখা মাটিৰ এক অংশ
ఉదాహరణ : এই ৰাষ্ট্রীয় উদ্যানখনত দুষ্প্রাপ্য বনৰীয়া জন্তু দেখিবলৈ পোৱা যায়
పర్యాయపదాలు : অভয়াৰণ্য, সংৰক্ষিত বন, সংৰক্ষিত বনাঞ্চল
అర్థం : ফল, ফুল বা মূল্যবান গছ-গছনি আদি নিয়াৰিকৈ ৰুই থোৱা স্থান:লʼৰা-ছোৱালীবোৰে বাগিচাত মধুৰিআম পাৰি আছিল
ఉదాహరణ :
పర్యాయపదాలు : কানন, বাগ, বাগান, বাগিচা
ఆప్ స్థాపించండి