అర్థం : উৎসাহ নোহোৱা অৱস্থা বা ভাব
ఉదాహరణ :
নিৰুৎসাহৰ কাৰণে মই এই কামটো কৰিব নোৱাৰিলোঁ
పర్యాయపదాలు : অনুৎসাহ, উৎসাহহীনতা, নিৰুৎসাহ
అర్థం : উদ্যম বা পৰিশ্রমৰ অভাৱ
ఉదాహరణ :
মেচিনৰ যুগত পৰিশ্রমহীনতাৰ প্রকোপ দিনে দিনে বাঢ়ি গৈ আছে
పర్యాయపదాలు : অনুদ্যম, পৰিশ্রমহীনতা