అర్థం : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
ఉదాహరణ :
সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
పర్యాయపదాలు : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে