అర్థం : যিজন বহল হৃদয়ৰ
ఉదాహరణ :
উদাৰ ৰজাই নিজৰ ৰাজপাট দান কৰি বনলৈ গুচি গʼল
పర్యాయపదాలు : উদাৰচেতা, উদাৰচেতীয়া, দিলদাৰ
అర్థం : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
ఉదాహరణ :
সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
పర్యాయపదాలు : অকপট, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে