పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి উদাহৰণ అనే పదం యొక్క అర్థం.

উদাহৰণ   বিশেষ্য

అర్థం : প্রমাণ বা সাক্ষীহিচাপে লোৱা লেখা আদিৰ কোনো অংশ

ఉదాహరణ : এই উদাহৰণটো ৰামচৰিত মানসৰ পৰা লোৱা হৈছে

పర్యాయపదాలు : উপমা, দৃষ্টান্ত

అర్థం : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়

ఉదాహరణ : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ

పర్యాయపదాలు : আর্হি, দৃষ্টান্ত, নজিৰ, নমুনা, নিদ্্র্শন

అర్థం : কোনো বিষয়ক স্পষ্টভাৱে কোৱা বা প্রমাণ কৰিবৰ কাৰণে কৰা কোনো জ্ঞাত অন্য বিষয়ৰ উল্লেখ

ఉదాహరణ : উদাহৰণ দি বুজালে কোনো বিষয় সোনকালে বুজিব পাৰি

పర్యాయపదాలు : দৃষ্টান্ত, নমুনা