అర్థం : * এনে কিবা কৰা যাৰ দ্বাৰা উত্তেজনা আহে
ఉదాహరణ :
গায়কে নিজৰ জোৰদাৰ গীতেৰে শ্রোতাক উত্তেজিত কৰিছিল
అర్థం : কাৰোবাক উত্তেজিত কৰি তোলা কার্য
ఉదాహరణ :
ৰামুৱে মোক উচটোৱাত মই শ্যামৰ সৈতে কাজিয়া লাগি ্গʼলোঁ
పర్యాయపదాలు : উচটোৱা