సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : উষ্ণতা বা তাপ থকা
ఉదాహరణ : বসন্ত ঋতু শেষ হোৱাৰ লগে লগে জলবায়ু গৰম হʼবলৈ ধৰে
పర్యాయపదాలు : অত্যুষ্ণ, অশীতল, উত্তপ্ত, উষ্ণ, গৰম, তপত, তপ্ত, তাপময়, তাপযুক্ত
అర్థం : তপত কৰা বা জ্বলোৱা
ఉదాహరణ : উত্তাপিত সোণ সম্পূর্ণ বিশুদ্ধ হয়
అర్థం : যাক গৰম কৰা হৈছে
ఉదాహరణ : উত্তপ্ত বাচনটোক স্পর্শ কৰোতেই হাত পুৰি গʼল
పర్యాయపదాలు : উত্তপ্ত, তপ্ত
ఆప్ స్థాపించండి