పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి উঠোৱা అనే పదం యొక్క అర్థం.

উঠোৱা   ক্ৰিয়া

అర్థం : সিজিবৰ কাৰণে জুইৰ শিখাৰ ওপৰত দিয়া

ఉదాహరణ : ভাত ৰান্ধিবৰ কাৰণে তেওঁ কুকাৰটো চৌকাৰ ওপৰত উঠালে

అర్థం : কিছু সময় ওপৰলৈ ধৰি থকা

ఉదాహరణ : তেওঁ ্বোজাটো মূৰত উঠালে

అర్థం : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা

ఉదాహరణ : তেওঁক বেছি নুঠাবা ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে

పర్యాయపదాలు : উঠাই দিয়া

అర్థం : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য

ఉదాహరణ : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে

పర్యాయపదాలు : গঁথ্া, বনোৱা, সজা, সাজি থকা

అర్థం : শুই থকাজনক উঠিবলৈ উদ্বুদ্ধ কৰা

ఉదాహరణ : মায়ে সদায় ৰাতিপুৱা ৰাহুলক জগায়

పర్యాయపదాలు : জগোৱা

అర్థం : ঘৰ বা দেৱাল আদি বনোৱা

ఉదాహరణ : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে

పర్యాయపదాలు : বনোৱা, সজা

అర్థం : (সংগীত) স্বৰ তীব্র কৰা

ఉదాహరణ : গুৰু মাই ভজন গোৱাৰ সময়ত নিজৰ কণ্ঠৰ স্বৰ বহুত ওপৰত তোলে

పర్యాయపదాలు : তোলা

అర్థం : তলৰ পৰা ওপৰলৈ কোনো বস্তু লৈ যোৱা

ఉదాహరణ : তেওঁ ্সদায় ৰাতিপুৱা মটৰেৰে টেংকীলৈ পানী উঠায়

అర్థం : স্থান ত্যাগ কৰা

ఉదాహరణ : তেওঁ নিজে বহিবৰ কাৰণে সোহনক চকীৰ পৰা উঠালে

అర్థం : কাৰোবাক অধিক গুৰুত্ব দিয়া

ఉదాహరణ : মায়ে সৰু ভাইটিক বহুত উঠাই ৰাখিছে

అర్థం : উঠাৰ কাম অন্যৰ দ্বাৰা কৰোৱা

ఉదాహరణ : দেউতাই মোক ঝুলনাত উঠালে

అర్థం : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা

ఉదాహరణ : চালকজনে লʼৰাটোক ঘোঁৰাত বহুৱালে

పర్యాయపదాలు : বহুওৱা

అర్థం : তলৰ পৰা ওপৰলৈ অনা কার্য

ఉదాహరణ : তেওঁ ্ দুই হাতেৰে গাগৰিটো উঠালে

పర్యాయపదాలు : উঠা

అర్థం : উঠিবলৈ প্ৰবৃত্ত কৰা

ఉదాహరణ : চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে

పర్యాయపదాలు : উঠাই দিয়া

అర్థం : বহী, কাগজ আদিত লিখা

ఉదాహరణ : মহাজনে বনুৱাজনক টকা দি নিজৰ খাটা-বহীত উঠাই থʼলে

పర్యాయపదాలు : উঠাই থোৱা