అర్థం : প্রথা বন্ধ কৰা কার্য
ఉదాహరణ :
আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে
పర్యాయపదాలు : নিষিদ্ধ কৰা, বন্ধ কৰা
అర్థం : উঠিবলৈ প্ৰবৃত্ত কৰা
ఉదాహరణ :
চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে
పర్యాయపదాలు : উঠোৱা
అర్థం : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা
ఉదాహరణ :
তেওঁক বেছি নুঠাবা ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে
పర్యాయపదాలు : উঠোৱা