పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి উঠা అనే పదం యొక్క అర్థం.

উঠা   ক্ৰিয়া

అర్థం : উৎপন্ন হোৱা

ఉదాహరణ : যেতিয়াই পইচাৰ কথা উঠিল, তেখেতসকলে তেতিয়াই পিছ হুহকিলে

పర్యాయపదాలు : অহা

అర్థం : কাম-বন শেষ হোৱা

ఉదాహరణ : সভাখন উঠি গʼল বজাৰ উঠি গʼল

పర్యాయపదాలు : উঠি যোৱা, শেষ হোৱা, সমাপ্ত হোৱা

అర్థం : কোনো বাহনত উঠা ???

ఉదాహరణ : ৰজতে ঘোঁৰাত উঠিলে

పర్యాయపదాలు : আৰোহণ কৰা

అర్థం : হিচাপত অহা বা সোমোৱা এক অৱস্থা

ఉదాహరణ : এক কিলোত মাত্র পাঁচটা আম উঠিল

అర్థం : তলৰ পৰা ওপৰৰফালে যোৱা

ఉదాహరణ : ককা-দেউতাই এতিয়াও আনন্দেৰে খটখটিত উঠিব পাৰে

పర్యాయపదాలు : বগোৱা

అర్థం : ঠেং বা ভৰিত ভৰ দি শৰীৰ পোন কৰা কার্য:নেতাজীয়ে ভাষণ দিবলৈ উঠিলে

ఉదాహరణ :

పర్యాయపదాలు : থিয় হোৱা

అర్థం : প্রথমৰ পৰাই অধিক উচ্চতাত থকা এক স্থিতি

ఉదాహరణ : পঢ়াশালিৰ ভেটি কমৰলৈকে উঠিছে

పర్యాయపదాలు : ওখ হোৱা

అర్థం : কোনো চিহ্ন আদি ওলাই অহা

ఉదాహరణ : অতিপাত গৰমৰ কাৰণে গোটেই গাতে ঘামচি উঠিছে

అర్థం : গাই, মʼহ, ঘোঁৰা আদিৰ সংগমৰ ইচ্ছা জাগ্ৰত হোৱা কাৰ্য

ఉదాహరణ : কালিৰ পৰা গাইজনী জাগিছে

పర్యాయపదాలు : জাগা

అర్థం : পদ, মর্যাদা, বর্গ আদিত আগ বঢ়া

ఉదాహరణ : নিজৰ তীক্ষ্ণ বুদ্ধিৰ কাৰণে তেওঁ একেবাৰতে পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রণীলৈ উঠিলে

అర్థం : মনলৈ অহা বা ধ্যানত উদয় হোৱা

ఉదాహరణ : মোৰ মনত এই কথাটো উঠিছে যে আজিকালি মীনা স্কুললৈ কিয় নাহে ?

అర్థం : টোপনিৰ পৰা উঠা কার্য

ఉదాహరణ : পুৱা পঁাচ বজাতেই সি শুই উঠিল কোর্হাল শুনি ্ কেঁচুৱাটোৱে সাৰ পালে

పర్యాయపదాలు : জগা, শুই উঠা, সাৰ পোৱা

అర్థం : ওপৰলৈ যোৱা বা বগোৱা

ఉదాహరణ : সূর্য ্লাহে-লাহে উঠি আছে

అర్థం : তলৰ পৰা ওপৰলৈ অনা কার্য

ఉదాహరణ : তেওঁ ্ দুই হাতেৰে গাগৰিটো উঠালে

పర్యాయపదాలు : উঠোৱা

అర్థం : বেয়া প্রভাৱ পৰা

ఉదాహరణ : সাপে খুটাৰ কাৰণে গোটেই গাটোত বিষ উঠিল

పర్యాయపదాలు : অহা

উঠা   বিশেষণ

అర్థం : সামান্যভাৱে উঠা বা উফন্দি থকা

ఉదాహరణ : খেতি পথাৰৰ উঠা অংশখিনি খান্দি সমতল কৰা হʼল

పర్యాయపదాలు : উঠঙা, উফন্দা