అర్థం : উচ্ছন্ন বা নষ্ট হোৱা
ఉదాహరణ :
ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে
పర్యాయపదాలు : অনিষ্ট কৰা, উছন হোৱা, ছাৰখাৰ কৰা, ধ্বংস কৰা, নষ্ট কৰা, নাশ কৰা, বিনাশ কৰা
అర్థం : বহুত সস্তা দামত বিক্রী কৰা
ఉదాహరణ :
মদাহীটোৱে নিজৰ মাটি সস্তাত বিক্ৰী কৰিলে
పర్యాయపదాలు : সস্তাত বিক্ৰী কৰা
అర్థం : মানৱ বিহীন হোৱা
ఉదాహరణ :
ধুমুহা বৰষুণে ভালেমান বস্তি উছন কৰিলে