సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি আচাৰ-বিচাৰ, নীতি আদিৰ দৃষ্টিৰে মহান হয়
ఉదాహరణ : আমি আমাৰ পূর্বপুৰুষৰ উচ্চ আদর্শৰ ্পালন কৰিব লাগে
పర్యాయపదాలు : শ্রেষ্ঠ
అర్థం : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়
ఉదాహరణ : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত
పర్యాయపదాలు : ওখ, ওখ-পাখ, চৰা, টিং, শিখৰ
అర్థం : জাতি, পদ, গুণ আদিৰ বিচাৰত ওপৰৰজন
ఉదాహరణ : শ্যাম উচ্চ বংশৰ
అర్థం : দীঘল শৰীৰৰ
ఉదాహరణ : অমিতাভ বচ্চন ওখ ব্যক্তি
పర్యాయపదాలు : উচ্চতাযুক্ত, উচ্চতাসম্পন্ন, ওখ
ఆప్ స్థాపించండి