పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి উচিত అనే పదం యొక్క అర్థం.

উচিত   বিশেষণ

అర్థం : যি কোনো কাম কৰিবৰ বাবে সমর্থ

ఉదాహరణ : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল

పర్యాయపదాలు : উপযুক্ত, ঠিক, যথাযথ, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য

అర్థం : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল

ఉదాహరణ :

పర్యాయపదాలు : উপযুক্ত, ঠিক, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ

అర్థం : সকলো দৃষ্টিৰে সকলো ৰূপতে উচিত

ఉదాహరణ : মন্ত্রী মহোদয় থাকিবৰ উপযুক্ত ব্যৱস্থা কৰি তোলা হৈছে

పర్యాయపదాలు : উপযুক্ত, যোগ্য, সমুচিত

అర్థం : যেনে হোৱা উচিত তেনেধৰণৰ

ఉదాహరణ : এই কথাটো মোৰ উচিত যেন লগা নাই

పర్యాయపదాలు : উপযুক্ত, ঠিক, যোগ্য, সঠিক

అర్థం : যিটো নৈতিকতাৰে ভৰি আছে

ఉదాహరణ : আমি উচিত কাম কৰা উচিত

పర్యాయపదాలు : নীতিপূর্ণ, নৈতিক, নৈতিকতাপূর্ণ, সঠিক