అర్థం : দ্বেষ বা বৈৰী ভাব নথকা অৱস্থা
ఉదాహరణ :
যি সমাজত দ্বেষশূন্যতা আছে, সেই সমাজ বিকাশৰ পথত অগ্রসৰ হয়
పర్యాయపదాలు : অবিদ্বেষ, ঈর্ষাশূন্যতা, দ্বেষশূন্যতা, বিদ্বেষাভাব, বিদ্বেষাভাৱ
అర్థం : ঈর্ষাহীন হোৱা অৱস্থা বা ভাব
ఉదాహరణ :
ঈর্ষাহীনতাৰে সমাজত শান্তি আৰু সদ্ভাৱনা প্রতিষ্ঠা কৰিব পাৰি
పర్యాయపదాలు : অনসূয়া, দ্বেষহীনতা