అర్థం : মছলা হিচাপে ব্যৱহাৰ কৰা এবিধ চিৰসেউজ গছৰ সুগন্ধি বীজ
ఉదాహరణ :
মোহনে চাহখিনি সুস্বাদু কৰিবৰ কাৰণে ইলাচী আৰু আদা দিছে
అర్థం : এজোপা চিৰসেউজীয়া বৃক্ষ যাৰ ফলৰ পৰা পোৱা সুগন্ধী বীজ মছলা হিচাপে ব্যৱহাৰ হয়
ఉదాహరణ :
এই বাগিচাত ইলাচী আদিৰ গছ আছে