అర్థం : প্রাণীৰ একে ৰূপতে থকা সকলো অংগৰ সমষ্টি
ఉదాహరణ :
শৰীৰ ভালে ৰাখিবলৈ ব্যায়াম কৰা উচিত যি দৰে আমি পুৰণা কাপোৰ সলাই নতুন কাপোৰ পিন্ধো সেইদৰে আত্মাইও পুৰণা দেহ ত্যাগ কৰি নতুন দেহত প্রৱেশ কৰে
పర్యాయపదాలు :
কায়, গা, গাত্র, তনু, দেহ, দেহপিঞ্জৰ, দেহা, বপু, ভোগায়তন, শৰীল, শৰীৰ