సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কাৰোবাক হেয় কৰি ব্যঙ্গাত্মকভাৱে কোৱা কথা:তেওঁ ্ কথাই প্রতি ইতিকিং কৰে
ఉదాహరణ :
పర్యాయపదాలు : আক্ষেপ, কটাক্ষ, ব্যঙ্গ-উক্তি
అర్థం : হাঁহি ্হাঁহি কাৰোবাক নিন্দা কৰা ্বেয়া কোৱা কার্য
ఉదాహరణ : নিজৰ বেছি কৰা স্বভাৱটোৰ কাৰণে তেওঁ সকলোৰে উপহাসৰ পাত্র হৈ পৰে
పర్యాయపదాలు : উপহাস, উপহাস্যতা, ঠাট্টা, পেংলাই, পৰিহাস, ভেঙুচালি
ఆప్ స్థాపించండి