అర్థం : ইটালীৰ অধিবাসী
ఉదాహరణ :
সেই ইটালিয়ানজনে গাঁওবাসীৰ ফটো তুলিলে
పర్యాయపదాలు : ইটালী বাসী, ইটালী-বাসী, ইটালীবাসী
అర్థం : ইটালীৰ বা ইটালীৰ সৈতে সম্বন্ধ থকা
ఉదాహరణ :
ইটালিয়ান পৰিব্রাজক মার্কো পʼলʼই এছিয়াৰ অন্বেষণ কৰিছিল