పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ইংৰাজী అనే పదం యొక్క అర్థం.

ইংৰাজী   বিশেষ্য

అర్థం : ব্রিটেইনৰ লগতে পৃথিৱীৰ অন্যান্য দেশতো প্রচলিত ইংৰাজসকলৰ ৰাজভাষা

ఉదాహరణ : তেওঁ হিন্দীৰ লগতে ইংৰাজী ভাষাও সলসলীয়াকৈ কʼব পাৰে

పర్యాయపదాలు : ইংলিচ, ইংৰাজী ভাষা

అర్థం : যি বিষয়ত ইংৰাজী ভাষা আৰু ইয়াৰ সাহিত্য, ব্যাকৰণ আদিৰ অধ্যয়ন কৰা হয়

ఉదాహరణ : তেওঁ প্রথম শ্রেণীৰ পৰাই ইংৰাজী পঢ়ায়

ইংৰাজী   বিশেষণ

అర్థం : ইংৰাজী ভাষাৰ সৈতে সম্বন্ধ থকা বা ইংৰাজী ভাষাৰ

ఉదాహరణ : আমি ইংৰাজী চিনেমা চাবলৈ গৈছিলোঁ

పర్యాయపదాలు : ইংলিচ

అర్థం : ইংলেণ্ডৰ সৈতে সম্বন্ধ থকা বা ইংলেণ্ডৰ

ఉదాహరణ : ইংৰাজসকল গুচি গʼল যদিও ইংৰাজী সভ্যতা ইয়াতে এৰি থৈ গʼল