సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : প্রথমতে কোনোৱে ভাবি নোপোৱা বা নবনোৱা কোনো নতুন বস্তু তৈয়াৰ কৰা বা নতুন কথা বিচাৰ কৰি উলিওৱা কার্য
ఉదాహరణ : কম্পিউটাৰৰ আৱিষ্কাৰে সমাজলৈ আমূল পৰিৱ্্র্তন আনিলে
పర్యాయపదాలు : উদ্ভাৱন
అర్థం : কোনো বস্তু কʼত কেনেকৈ আছে সেইয়া চাবৰ কাৰণে বা পাবলৈ বিচাৰ কৰা কার্য
ఉదాహరణ : কলম্বাছে আমেৰিকাৰ আৱিষ্কাৰ কৰিছিল
పర్యాయపదాలు : খোজ, সন্ধান
ఆప్ స్థాపించండి