సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো ঠাইত থকা বা বসতি কৰা লোক
ఉదాహరణ : ইয়াৰ সকলো নিবাসীয়ে আবেদন কৰিছে যে আপোনালোক কোনেও যেন অচিনাকি লোকক নিজৰ ঘৰত আশ্রয় নিদিয়ে
పర్యాయపదాలు : অধিবাসী, আবাসিক, আবাসী, আৱাসী, নিবাসী, নিৱাসী, বসবাসকাৰী, বাস কৰোঁতা, বাসিন্দা
అర్థం : যʼত বাস কৰা হয় বা যʼত কোনো থাকে
ఉదాహరణ : ভূমিকম্পত কেইবাটাও অধ্যুষিত বস্তি উছন হʼল
పర్యాయపదాలు : অধিকৃত, অধিবাসী, অধ্যুষিত, আবাসিক, বসতিপূর্ণ
ఆప్ స్థాపించండి