అర్థం : আৰোহণ কৰা ব্যক্তি
ఉదాహరణ :
আৰোহীসকলৰ কাৰণে ঠায়ে-ঠায়ে জিৰণি কক্ষ সাজি দিয়া হৈছে
పర్యాయపదాలు : আৰোহক
అర్థం : যিজনে কোনো ঘোৰা, গাড়ী বা বাহনৰ ওপৰত উঠি আছে
ఉదాహరణ :
যুদ্ধৰ সময়ত বহুতো আৰোহীয়ে বীৰগতি লাভ কৰিলে
అర్థం : কোনো বস্তুৰ ওপৰত উঠা বা বহা
ఉదాహరణ :
চাইকেল আৰোহী ব্যক্তিজন সৰি পৰিল
అర్థం : যাৰ ওপৰত উঠিব পৰা যায়
ఉదాహరణ :
আজি আমি এটা আৰোহী পাহাৰৰ ওপৰত উঠিম
అర్థం : কিহবাৰ ওপৰেৰে বগাই যোৱা বা উঠি যোৱা
ఉదాహరణ :
তেওঁ এই আৰোহী দলটোৰ লগত গৈ আছে